ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ') X-ত এনেদৰে পোষ্ট কৰিছে:
"ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।"
Governor of Rajasthan, Shri @KalrajMishra, met Prime Minister @narendramodi. pic.twitter.com/HhZUoAGQcc
— PMO India (@PMOIndia) June 18, 2024