প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰায়গড়ৰ কথা উল্লেখ কৰি ইয়াৰ অনন্য ঐতিহ্য আৰু ইয়াৰ প্ৰতি ছত্ৰপতি শিৱাজী মহাৰাজৰ অসাধাৰণ কৌশলগত প্ৰতিভা তথা নেতৃত্বৰ শলাগ লয়।
শ্ৰী মোদীয়ে কয় যে এইবাৰৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীয়ে ৰায়গড়ক গৌৰৱ প্ৰদান কৰাত তেওঁ আনন্দিত।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
“ৰাইগড় ছত্রপতি শিৱাজী মহাৰাজৰ মহানতা আৰু বীৰত্বৰ উদাহৰণ। ই সাহস আৰু নিৰ্ভীকতাৰ সমাৰ্থক। মই আনন্দিত যে এই বছৰৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীয়ে ৰায়গড়ক গৌৰৱৰ স্থান দিলে।”
Raigad exemplifies the greatness and bravery of Chhatrapati Shivaji Maharaj. It is synonymous with courage and fearlessness. I am glad that this year’s Rashtriya Ekta Diwas programme gave a place of pride to Raigad. https://t.co/Sp2PBGH5xj pic.twitter.com/R4pCUBaNxp
— Narendra Modi (@narendramodi) October 31, 2024
इस वर्ष केवड़िया, गुजरात में होने वाले राष्ट्रीय एकता दिवस समारोह की पृष्ठभूमि की थीम रायगढ़ दुर्ग है, जो यूनेस्को विश्व धरोहर स्थल के लिए “भारत के मराठा सैन्य परिदृश्य” शीर्षक के तहत नामित 12 किलों में से एक है। #RaigadFort #rashtriyaektadiwas @HMOIndia @PIB_India pic.twitter.com/NEbwnsvK5e
— Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) October 29, 2024