প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্ছি নৱবৰ্ষ, নৱৰোজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷
এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “নৱৰোজ মোবাৰক! পাৰ্ছি নৱ বৰ্ষৰ শুভকামনা জনালো৷ বিভিন্ন ক্ষেত্ৰত পাৰ্ছি সমূদায়ে আগবঢ়োৱা বৰঙণিক ভাৰতে সদায় উদযাপন কৰি আহিছে৷ অহা বছৰটোৱে সকলোৰে জীৱনত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, তাকে কামনা কৰিলো৷”
Navroz Mubarak!
— Narendra Modi (@narendramodi) August 16, 2020
Greetings on Parsi New Year. India cherishes the outstanding contribution of the Parsi community, which has made a mark in a wide range of fields.
May the coming year bring peace and prosperity in everyone’s lives.