প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২২ জানুৱাৰীত অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৮তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব। উক্ত দিনা পুৱা চাৰেদহ বজাত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তেওঁৰ ভাষণ প্ৰদান কৰিব। দীক্ষান্ত সমাৰোহ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাঙ্ক আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব।

উক্ত সমাৰোহত ২০২০ বৰ্ষত উত্তীৰ্ণ ১২১৮ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হ’ব। স্নাতক আৰু স্নাতকোত্তৰ স্তৰত বিভিন্ন বিষয়ত শীৰ্ষ স্থান লাভ কৰা ৪৮ গৰাকী শিক্ষাৰ্থীক স্বৰ্ণ পদক দিয়া হ’ব।

সমাৰোহখন ক’ভিড প্ৰটোকল মানি ব্লেণ্ডেড মোডত অনুষ্ঠিত হ’ব। য’ত কেৱল মাত্ৰ পিএইচডি আৰু স্বৰ্ণ পদক লাভ কৰা ডিগ্ৰীধাৰীসকলেহে ব্যক্তিগত ভাৱে সেয়া গ্ৰহণ কৰিব। বাকী শিক্ষাৰ্থীসকলক ডিগ্ৰী আৰু ডিপ্ল’মা ভাৰ্চুৱেল মাধ্যমেৰে প্ৰদান কৰা হ’ব।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
From chips to training models: Tracking progress of India's AI Mission

Media Coverage

From chips to training models: Tracking progress of India's AI Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi commemorates Navratri with a message of peace, happiness, and renewed energy
March 31, 2025

The Prime Minister Shri Narendra Modi greeted the nation, emphasizing the divine blessings of Goddess Durga. He highlighted how the grace of the Goddess brings peace, happiness, and renewed energy to devotees. He also shared a prayer by Smt Rajlakshmee Sanjay.

He wrote in a post on X:

“नवरात्रि पर देवी मां का आशीर्वाद भक्तों में सुख-शांति और नई ऊर्जा का संचार करता है। सुनिए, शक्ति की आराधना को समर्पित राजलक्ष्मी संजय जी की यह स्तुति...”