প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অভিযন্তা দিৱস’ উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়াৰ অৱদানসমূহৰ কথা স্মৰণ কৰে। তেওঁ অনুষ্ঠানটোত সকলো অভিযন্তালৈকে শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"প্ৰতিটো ক্ষেত্ৰতে প্ৰগতি সঞ্চালিত কৰা, উদ্ভাৱন আৰু গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ সমাধান কৰি থকা সকলো অভিযন্তালৈ ‘অভিযন্তা দিৱস’ৰ শুভেচ্ছা জনাইছোঁ। ছাৰ এম বিশ্বেশ্বৰায়াক স্মৰণ কৰিছোঁ, অভিযান্ত্ৰিক বিদ্যাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা যাৰ অৱদান বহুলভাৱে জনাজাত।"

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Indian economy ends 2024 with strong growth as PMI hits 60.7 in December

Media Coverage

Indian economy ends 2024 with strong growth as PMI hits 60.7 in December
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ডিচেম্বৰ 2024
December 17, 2024

Unstoppable Progress: India Continues to Grow Across Diverse Sectors with the Modi Government