Quoteদুয়োগৰাকী নেতাই ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে
Quoteমুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত চলি থকা আলোচনাৰ অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়
Quoteদুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে
Quoteআজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে এক  টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰি ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ উত্থাপন কৰে। তেওঁলোকে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, উদীয়মান প্ৰযুক্তি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰোডমেপ ২০৩০ৰ অধীনত হোৱা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে।

দুয়োগৰাকী বিশ্বনেতাই পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তিৰ আগতীয়া সমাপ্তিৰ দিশত হোৱা অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰে।

দুয়োগৰাকী নেতাই আগন্তুক উৎসৱমুখৰ হোলী উপলক্ষে যোগাযোগত থকাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পৰস্পৰে শুভেচ্ছা বাৰ্তাও বিনিময় কৰে।

 

  • Madhusmita Baliarsingh June 24, 2024

    Prime Minister Modi ji's unwavering commitment to "India First" has driven significant progress and reform across the nation. His vision continues to inspire millions and propel India towards a brighter future. #IndiaFirst #ModiLeadership
  • Vivek Kumar Gupta May 28, 2024

    नमो ..................................🙏🙏🙏🙏🙏
  • Domanlal korsewada May 23, 2024

    BJP
  • HITESH HARYANA District Vice President BJYM Nuh April 23, 2024

    जय श्री राम 🚩🌹
  • Silpi Sen April 14, 2024

    🙏🙏🙏
  • Jayanta Kumar Bhadra April 11, 2024

    Jai hind sir
  • Jayanta Kumar Bhadra April 11, 2024

    Jay Shree Ram
  • Jayanta Kumar Bhadra April 11, 2024

    Jay Shree Ram
  • Jayanta Kumar Bhadra April 11, 2024

    Jay Shree Ram
  • Jayanta Kumar Bhadra April 11, 2024

    Jay Shree Ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
For PM Modi, women’s empowerment has always been much more than a slogan

Media Coverage

For PM Modi, women’s empowerment has always been much more than a slogan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মাৰ্চ 2025
March 08, 2025

Citizens Appreciate PM Efforts to Empower Women Through Opportunities