প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ‘এক্স’-ত ‘শ্বেয়াৰ’ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰতৰ উল্লেখযোগ্য সাফল্যৰ বাবে অপৰিসীম গৌৰৱ প্ৰকাশ কৰে।

"প্ৰথম ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ত সকলোকে শুভেচ্ছা জনাইছোঁ। মহাকাশ খণ্ডত আমাৰ দেশৰ সাফল্যক আমি গৌৰৱেৰে স্মৰণ কৰোঁ। এয়া হৈছে আমাৰ মহাকাশ বিজ্ঞানীসকলৰ অৱদানক প্ৰশংসা কৰাৰ দিন," প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

মহাকাশ খণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে এই খণ্ডৰ সৈতে সম্পৰ্কিত ভৱিষ্যতৰ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি অনাগত সময়ত আৰু অধিক কাম কৰিম।"

 

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Annual malaria cases at 2 mn in 2023, down 97% since 1947: Health ministry

Media Coverage

Annual malaria cases at 2 mn in 2023, down 97% since 1947: Health ministry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 ডিচেম্বৰ 2024
December 26, 2024

Citizens Appreciate PM Modi : A Journey of Cultural and Infrastructure Development