প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱসত ৰেডিঅ’ৰ সকলো শ্রোতাক শুভেচ্ছা জনাই কয় যে ৰেডিঅ’ হ’ল এক চমৎকাৰী মাধ্যম, যি সামাজিক যোগাযোগক দৃঢ় কৰে।
এক টুইটযোগে প্রধানমন্ত্রীয়ে কয় “বিশ্ব ৰেডিঅ’ দিৱসৰ শুভেচ্ছা! ৰেডিঅ’ৰ সকলো শ্রোতাক শুভেচ্ছা জনাইছো আৰু যিসকলৰ বাবে ৰেডিঅ’ৰ নতুন নতুন বিষয়ৰ ওপৰত অনুষ্ঠান আৰু সংগীত শুনা যায়, তেওঁলোক সকলোকে অভিনন্দন জনাইছো৷ #MannKiBaatৰ বাবে মই ব্যক্তিগতভাৱে ৰেডিঅ’ৰ ইতিবাচক প্রভাৱ উপলব্ধি কৰিব পাৰো৷”
Happy World Radio Day! Greetings to all radio listeners and kudos to all those who keep the radio buzzing with innovative content and music. This is a fantastic medium, which deepens social connect. I personally experience the positive impact of radio thanks to #MannKiBaat.
— Narendra Modi (@narendramodi) February 13, 2021