প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিককে ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰে:

“ভাতৃ-ভগ্নীৰ অপৰিসীম মৰমৰ প্ৰতীকস্বৰূপ ৰাখী বন্ধন উপলক্ষে সকলো দেশবাসীলৈ অলেখ শুভেচ্ছা। এই পৱিত্ৰ উৎসৱে আপোনালোকৰ সম্পৰ্কলৈ নতুন মধুৰতা আৰু জীৱনলৈ সুখ, সমৃদ্ধি তথা সৌভাগ্য কঢ়িয়াই আনক।

 

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Banks sanction Rs 4,930 cr to 34,697 borrowers under Mudra Tarun Plus as of June 2025

Media Coverage

Banks sanction Rs 4,930 cr to 34,697 borrowers under Mudra Tarun Plus as of June 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2025
August 05, 2025

Appreciation by Citizens for PM Modi’s Visionary Initiatives Reshaping Modern India