প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব সংস্কৃত দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। তেখেতে সংস্কৃত ভাষাৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা হাতত লোৱাসকলক অভিনন্দন জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে এক্সৰ এটা প’ষ্টত এইদৰে কয়ঃ
"বিশ্ব সংস্কৃত দিৱসৰ শুভেচ্ছা জনালোঁ। সংস্কৃতৰ প্ৰতি অত্যন্ত আগ্ৰহী তথা দেৱভাষাটোৰ প্ৰচাৰৰ বাবে প্ৰচেষ্টা হাতত লোৱাসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ।"
विश्वसंस्कृतदिनस्य शुभाशयाः। ये संस्कृतस्य अत्यन्तं अनुरागिणः सन्ति किञ्च एतस्याः श्रेष्ठभाषायाः प्रचाराय प्रयत्नशीलाः सन्ति तेषाम् अहं हार्दम् अभिनन्दामि। pic.twitter.com/yL7OwaS0hS
— Narendra Modi (@narendramodi) August 19, 2024