প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পূৰৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে শ্ৰী গুৰু গ্ৰন্থ চাহিবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক আনৰ সেৱা আৰু যত্ন ল'বলৈ আৰু সমাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰিবলৈ অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পূৰৱ উপলক্ষে মোৰ শুভেচ্ছা।
শ্ৰী গুৰু গ্ৰন্থ চাহিবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক আনৰ সেৱা আৰু যত্ন ল'বলৈ অনুপ্ৰাণিত কৰে। ই আমাক আমাৰ সমাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰিবলৈও শিকায়। ইয়াৰ প্ৰজ্ঞাই আমাৰ পৃথিৱীখন অধিক উন্নত কৰাৰ প্ৰচেষ্টাত ব্ৰতী হোৱাত পথ প্ৰদৰ্শক হৈ থাকক।"
My greetings on the Parkash Purab of the Sri Guru Granth Sahib.
— Narendra Modi (@narendramodi) September 4, 2024
The Sri Guru Granth Sahib motivates millions across the world, inspiring people to serve and care for others. It also teaches us to further the bonds of brotherhood and harmony in our society. May its wisdom keep… pic.twitter.com/n2SkkF4ImL
ਸ੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਜੀ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ ਦੀਆਂ ਲੱਖ-ਲੱਖ ਵਧਾਈਆਂ।
— Narendra Modi (@narendramodi) September 4, 2024
ਸ੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਜੀ ਦੁਨੀਆ ਭਰ ਦੇ ਲੱਖਾਂ ਲੋਕਾਂ ਨੂੰ ਪ੍ਰੇਰਿਤ ਕਰਦੇ ਹਨ,ਲੋਕਾਂ ਨੂੰ ਦੂਜਿਆਂ ਦੀ ਸੇਵਾ ਅਤੇ ਦੇਖਭਾਲ ਕਰਨ ਲਈ ਉਤਸ਼ਾਹਿਤ ਕਰਦੇ ਹਨ। ਇਹ ਸਾਨੂੰ ਸਾਡੇ ਸਮਾਜ ਵਿੱਚ ਭਾਈਚਾਰਕ ਸਾਂਝ ਅਤੇ ਸਦਭਾਵਨਾ ਦੇ ਬੰਧਨ ਨੂੰ ਅੱਗੇ ਵਧਾਉਣਾ ਵੀ ਸਿਖਾਉਂਦੇ… pic.twitter.com/SnLh5oyBac