প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) বিজ্ঞানীসকলক নতুন উপগ্ৰহ উৎক্ষেপণ বাহন (SSLV)-ডি৩-ৰ সফল উৎক্ষেপণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে এই ব্যয়-সাশ্ৰয়ী এছএছএলভিয়ে মহাকাশ অভিযানত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ব্যক্তিগত উদ্যোগক উৎসাহিত কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
"এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি! এই কৃতিত্বৰ বাবে আমাৰ বিজ্ঞানী আৰু উদ্যোগটোক অভিনন্দন জনালোঁ। ভাৰতৰ এতিয়া এখন নতুন উৎক্ষেপণ বাহন থকাটো অসীম আনন্দৰ কথা। ব্যয়-সাশ্ৰয়ী এছএছএলভিয়ে মহাকাশ অভিযানত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ব্যক্তিগত উদ্যোগকো উৎসাহিত কৰিব।" মই @isro, @INSPACeIND, @NSIL_India আৰু সমগ্ৰ মহাকাশ উদ্যোগটোক শুভেচ্ছা জনালোঁ।"
A remarkable milestone! Congratulations to our scientists and industry for this feat. It is a matter of immense joy that India now has a new launch vehicle. The cost-effective SSLV will play an important role in space missions and will also encourage private industry. My best… https://t.co/d3tItAD7Ij
— Narendra Modi (@narendramodi) August 16, 2024