প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বক্সাৰ শ্ৰী ডিংকো সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটযোগে শ্ৰী মোদীয়ে কয়ঃ

‘শ্ৰী ডিংকো সিং আছিল এগৰাকী অসাধাৰণ ক্ৰীড়া ব্যক্তিত্ব, এগৰাকী উৎকৃষ্ট বক্সাৰ যিয়ে কেইবাটাও সন্মান অৰ্জন কৰিছিল আৰু বক্সিঙৰ জনপ্ৰিয়তা বৃদ্ধিত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ মৃত্যুত মই শোকাহত। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তি।’

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders