প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জ্ঞানী যোগিন্দৰ সিং বেদান্তীৰ বিয়োগত শোক প্রকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবার্তাত প্রধানমন্ত্রীয়ে কয়, “বিদ্বান আৰু বিনয়ী জ্ঞানী যোগিন্দৰ সিং বেদান্তজী নিঃস্বার্থ মানৱ সেৱাৰ প্ৰতি তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল৷ তেওঁ কৰুণা আৰু সম্প্রীতিৰ সমাজ গঢ়ি তোলাৰ কাম কৰিছিল৷ তেওঁৰ মৃত্যুত মই অতিশয় দুঃখিত হৈছো৷ তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো৷“
Giani Joginder Singh Vedanti Ji was scholarly and humble. His life was a manifestation of selfless human service. He worked to create a compassionate and harmonious society. Pained by his demise. Condolences to his family and admirers.
— Narendra Modi (@narendramodi) May 15, 2021