প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বিমান পৰিবহণ খণ্ডত বিপ্লৱৰ সূচনা কৰা উড়ান (উড়ে দেশ কে আম নাগৰিক) আঁচনিৰ ৮ম বাৰ্ষিকী উপলক্ষে বক্তব্য আগবঢ়াইছে।

শ্ৰী মোদীয়ে এই ধ্বজাবাহী পদক্ষেপৰ বিশেষ প্ৰভাৱৰ ওপৰতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

"আজি আমি ভাৰতৰ বিমান পৰিবহণ খণ্ডক ৰূপান্তৰিত কৰা এটি পদক্ষেপ#8YearsOfUDAN-ত উপনীত হৈছোঁ। বিমানবন্দৰৰ সংখ্যা বৃদ্ধিৰপৰা অধিক বিমান পথলৈকে আঁচনিখনে কোটি-কোটি লোকে বিমানেৰেযাতায়াতৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিছে। একে সময়তে ব্যৱসায় আৰু বাণিজ্যৰবৰ্ধনতথা আঞ্চলিক বিকাশৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ দৃশ্যমান হৈছে। আগন্তুক সময়ত আমি বিমান পৰিবহণ খণ্ডটোক অধিক সুদৃঢ় কৰি তুলিম আৰু জনসাধাৰণৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা আৰু আৰাম প্ৰশস্তকৰণত গুৰুত্ব আৰোপ কৰিম।"

 

  • Vivek Kumar Gupta December 27, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 27, 2024

    नमो ..................🙏🙏🙏🙏🙏
  • Avdhesh Saraswat December 27, 2024

    NAMO NAMO
  • Gopal Saha December 23, 2024

    hi
  • Siva Prakasam December 17, 2024

    💐🌺 jai sri ram🌺🌻🙏
  • JYOTI KUMAR SINGH December 09, 2024

    🙏
  • Aniket Malwankar November 25, 2024

    #NaMo
  • Some nath kar November 23, 2024

    Bharat Mata Ki Jay 🇮🇳
  • Chandrabhushan Mishra Sonbhadra November 15, 2024

    1
  • Chandrabhushan Mishra Sonbhadra November 15, 2024

    2
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Eyes Rs 3 Lakh Crore Defence Production By 2025 After 174% Surge In 10 Years

Media Coverage

India Eyes Rs 3 Lakh Crore Defence Production By 2025 After 174% Surge In 10 Years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2025
March 26, 2025

Empowering Every Indian: PM Modi's Self-Reliance Mission