প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী সোমনাথ ন্যাসৰ বৈঠকত অধ্যক্ষতা কৰে৷
এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“গান্ধীনগৰত শ্ৰী সোমনাথ ন্যাসৰ এখন বৈঠকত অধ্যক্ষতা কৰিলোঁ৷ আমি তীৰ্থযাত্ৰীসকলৰ বাবে অভিজ্ঞতা বৃদ্ধি কৰাৰ লগতে বিভিন্ন সুবিধাসমূহ অধিক উন্নত কৰাৰ উপায়ৰ সন্দৰ্ভত বুজ ল’লো।"
In Gandhinagar, chaired a meeting of the Shree Somnath Trust. We took stock of ways to enhance the experience for pilgrims and further improve the various facilities. pic.twitter.com/pSRlPurKqt
— Narendra Modi (@narendramodi) September 15, 2024