প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে চলোৱা তিৰংগা যাত্ৰা প্ৰেৰণাদায়ক।
শ্ৰী মোদীয়ে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ এটা পোষ্টত এইদৰে লিখেঃ
"#TirangaYatra সন্দৰ্ভত জম্মু-কাশ্মীৰৰ ৰাইজৰ এই আৱেগে সকলোকে অনুপ্ৰাণিত কৰিব।"
#TirangaYatra को लेकर जम्मू-कश्मीर के लोगों की यह भावना हर किसी को प्रेरित करने वाली है। https://t.co/smYKL1MWya
— Narendra Modi (@narendramodi) August 12, 2024


