"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওনামৰ বাবে উষ্ম শুভেচ্ছা জনাইছে।
তেওঁ এক্সত শ্বেয়াৰ কৰি লিখিছে:
'সকলোলৈ ওনামৰ শুভেচ্ছা থাকিল! এই উৎসৱে সকলোৰে বাবে শান্তি, সমৃদ্ধি, মংগল কঢ়িয়াই আনক। ওনাম কেৰালাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন আৰু ইয়াক বিশ্বজুৰি মালয়ালী সম্প্ৰদায়ে আনন্দৰে পালন কৰে।'"
PM @narendramodi has announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased in the drowning incident in Dehgam, Gujarat. The injured would be given Rs. 50,000. https://t.co/Egvnq7Vlnr
— PMO India (@PMOIndia) September 14, 2024