প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদয় মজুমদাৰে সংগীত কৰা হৰিহৰণে গোৱা ভক্তিমূলক ভজন “সবনে তুমহে পুকাৰা শ্ৰী ৰাম জী” শ্বেয়াৰ কৰে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“হৰিহৰণ জীৰ বিস্ময়কৰ সুৰেৰে সজোৱা এই ৰাম ভজনে সকলোকে ভগৱান শ্ৰীৰামৰ ভক্তিত নিমজ্জিত কৰিব৷ আপোনালোকেও এই সুন্দৰ ভজনটো উপভোগ কৰক৷ #ShriRamBhajan”
हरिहरन जी के अद्भुत सुरों से सजा ये राम भजन हर किसी को प्रभु श्री राम की भक्ति में लीन कर देने वाला है। आप भी इस मनोहारी भजन का जरूर आनंद उठाएं। #ShriRamBhajan https://t.co/VYMM9gf6Lg
— Narendra Modi (@narendramodi) January 9, 2024