ৰাছিয়ান ফেডাৰেচনৰ সভাপতি শ্ৰীভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ষোড়শ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই আজি দুদিনীয়া ভ্ৰমণসূচীৰে কাজানলৈ ৰাওনা হৈছো।

ভাৰতে ব্ৰিকছত ঘনিষ্ঠ সহযোগিতাক গুৰুত্ব দিয়ে যি বিশ্বব্যাপী উন্নয়নমূলক কাৰ্যসূচী, সংস্কাৰমূলক বহুপাক্ষিকতা, জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখলা নিৰ্মাণ, সাংস্কৃতিক আৰু জনসধাৰণৰ সৈতে সংযোগ স্থাপন আৰু অন্যান্য বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা বছৰ নতুন সদস্যৰ অন্তৰ্ভুক্তিৰ সৈতে ব্ৰিকছৰ সম্প্ৰসাৰণে বিশ্ব কল্যাণৰ বাবে ইয়াৰ ব্যাপক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছে।

২০২৪ চনৰ জুলাইত মস্কোত অনুষ্ঠিত বাৰ্ষিক সন্মিলনৰ ওপৰত ভিত্তি কৰি মোৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিব।

ব্ৰিকছৰ আন নেতাসকলক সাক্ষাৎ কৰিবলৈও মই আশাবাদী।

 

  • Vivek Kumar Gupta December 27, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 27, 2024

    नमो ..................🙏🙏🙏🙏🙏
  • Avdhesh Saraswat December 27, 2024

    NAMO NAMO
  • Gopal Saha December 23, 2024

    hi
  • Siva Prakasam December 17, 2024

    🌺💐 jai sri ram💐🌻
  • JYOTI KUMAR SINGH December 09, 2024

    🙏🇮🇳🙏
  • Aniket Malwankar November 25, 2024

    #NaMo
  • Some nath kar November 23, 2024

    Bharat Mata Ki Jay 🇮🇳
  • Chandrabhushan Mishra Sonbhadra November 15, 2024

    1
  • Chandrabhushan Mishra Sonbhadra November 15, 2024

    2
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Beyond Freebies: Modi’s economic reforms is empowering the middle class and MSMEs

Media Coverage

Beyond Freebies: Modi’s economic reforms is empowering the middle class and MSMEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মাৰ্চ 2025
March 24, 2025

Viksit Bharat: PM Modi’s Vision in Action