প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

শ্ৰী মোদীয়ে কয় যে শ্ৰী কৰ্পূৰী ঠাকুৰে সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ সন্মান আৰু কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

 

শ্ৰী কৰ্পূৰী ঠাকুৰ সন্দৰ্ভত তেওঁৰ শেহতীয়া ভাষণৰ পৰা প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মতামত শ্বেয়াৰ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;

"কৰ্পূৰী ঠাকুৰজীৰ মৃত্যু বাৰ্ষিকীত তেওঁক প্ৰণাম জনাইঁছো। ভাৰতৰ এই জননায়কজনে সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ সন্মান আৰু কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মাত্ৰ কেইদিনমান আগতে মই তেওঁক লৈ মোৰ মতামত শ্বেয়াৰ কৰিছিলো।"

 

 

  • Pradhuman Singh Tomar April 21, 2024

    bjp
  • Pawan Jain April 13, 2024

    शत् शत् नमन 🙏🙏🙏
  • ROYALINSTAGREEN April 05, 2024

    i request you can all bjp supporter following my Instagram I'd _Royalinstagreen 🙏🙏
  • Shabbir meman March 21, 2024

    🙏
  • Aasaram Bhikala Pawara March 20, 2024

    Modi Sarkar
  • Jagdishchandra Kumawat March 18, 2024

    हर हर मोदी घर-घर मोदी जय श्री राम
  • Girendra Pandey social Yogi March 17, 2024

    jay
  • Harish Awasthi March 16, 2024

    मोदी है तो मुमकिन है
  • Dhajendra Khari March 13, 2024

    Today, I launched the PM-SURAJ national portal through which the disadvantaged section of society can directly receive financial assistance : PM Modi
  • jaswant singh solanki March 13, 2024

    jai ho
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
For PM Modi, women’s empowerment has always been much more than a slogan

Media Coverage

For PM Modi, women’s empowerment has always been much more than a slogan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মাৰ্চ 2025
March 08, 2025

Citizens Appreciate PM Efforts to Empower Women Through Opportunities