প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে গুজৰাটৰ কেৱাড়িয়াস্থিত প্ৰখ্যাত ষ্টেচু অৱ ইউনিটীত লৌহ মানৱ ছৰ্দাৰ পেটেলক পুষ্পাঞ্জলি অৰ্পন কৰে৷

|

ছৰ্দাৰ পেটেলৰ জন্মবাৰ্ষিকী সমগ্ৰ দেশত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে৷

‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্যমেৰে দেশজুৰি উদযাপিত হৈছে ‘একতাৰ বাবে দৌৰ’৷

|

প্ৰধানমন্ত্ৰীয়ে কয়, ‘ছৰ্দাৰ পেটেলক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছো৷ আমাৰ দেশলৈ তেওঁৰ অৱদান চিৰস্মৰণীয়৷’
প্ৰধানমন্ত্ৰীয়ে লগতে অনুষ্ঠানত উপস্থিত ৰাইজক ৰাষ্ট্ৰীয় একতা দিৱসৰ সংকল্প পাঠ কৰায়৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian Economy Poised To Remain Fastest-Growing One In FY26: SBI Report

Media Coverage

Indian Economy Poised To Remain Fastest-Growing One In FY26: SBI Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মে’ 2025
May 31, 2025

Appreciation from Citizens Heritage to High-Tech India Thrives Under PM Modi’s Transformative Governance