Quoteভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নেতানয়াহুৰ অৱদানৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে
Quoteদুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে অভিনন্দন জ্ঞাপন কৰে।

ভাৰতৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ উষ্ম শুভেচ্ছা আৰু গভীৰ মৰমৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বিগত বছৰবোৰত ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰে।

দুয়োগৰাকী নেতাই সকলো ক্ষেত্ৰতে ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।

দুয়োগৰাকী নেতাই যোগাযোগত থকাৰ বাবে সন্মতি প্ৰকাশ কৰে।

 

  • Sunita Jaju September 30, 2024

    सशक्त भारत
  • Vivek Kumar Gupta August 27, 2024

    नमो ......🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta August 27, 2024

    नमो ....................🙏🙏🙏🙏🙏
  • Aseem Goel August 26, 2024

    Jai Sri ram 🙏
  • Sandeep Pathak August 22, 2024

    सर्वप्रथम नायक
  • shailesh dubey August 20, 2024

    वंदे मातरम्
  • Rajpal Singh August 10, 2024

    🙏🏻🙏🏻
  • Vimlesh Mishra July 20, 2024

    jai mata di
  • Pradhuman Singh Tomar July 20, 2024

    BJP
  • Dr Swapna Verma July 11, 2024

    om
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman

Media Coverage

Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মাৰ্চ 2025
March 09, 2025

Appreciation for PM Modi’s Efforts Ensuring More Opportunities for All