“নতুনকৈ নিযুক্তি পোৱা সকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত মূল ভূমিকা পালন কৰিব”
“বৰ্তমানৰ চৰকাৰে পাঠ্যক্ৰমত আঞ্চলিক ভাষাৰ কিতাপৰ অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব দিছে”
“যেতিয়া ইতিবাচক চিন্তা, সঠিক উদ্দেশ্য, আৰু সম্পূৰ্ণ সততাৰে সিদ্ধান্ত লোৱা হয়, তেতিয়া সমগ্ৰ পৰিৱেশ ইতিবাচকতাৰে ভৰি পৰে”
“ব্যৱস্থাৰ পৰা সুৰুঙা নাইকিয়া কৰাৰ ফলত চৰকাৰে দৰিদ্ৰৰ কল্যাণৰ বাবে ব্যয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে”
“PM Vishw“বিশ্বকৰ্মাসকলৰ পৰম্পৰাগত দক্ষতাক একবিংশ শতিকাৰ প্ৰয়োজনৰ লগত খাপ খুৱাবলৈ প্ৰণয়ন কৰা হৈছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা”

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ লিংকৰ জৰিয়তে মধ্যপ্ৰদেশত আয়োজন কৰা বৃহৎ ৰোজগাৰ মেলা সম্বোধন কৰে।

এই ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি নিযুক্তি পত্ৰ লাভ কৰাসকলে এই ঐতিহাসিক সময়ছোৱাত শিক্ষকতাৰ গুৰুত্বপূৰ্ণ দায়িত্বত যোগদান কৰিছে। উল্লেখ্য যে জাতিৰ বিকাশত জাতীয় চৰিত্ৰৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বিশদভাৱে উল্লেখ কৰি লালকিল্লাৰ পৰা দিয়া ভাষণৰ প্ৰসঙ্গ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজি চাকৰি পোৱাসকলে ভাৰতৰ ভৱিষ্যত প্ৰজন্মক গঢ় দিয়াৰ, আধুনিকীকৰণ কৰাৰ, আৰু দান দিয়াৰ দায়িত্ব ল’ব লাগিব, আৰু ইয়েই তেওঁলোকক দিব এক নতুন দিশৰ সন্ধান। আজি এই ৰোজগাৰ মেলাৰ সময়ত মধ্যপ্ৰদেশৰ প্ৰাথমিক বিদ্যালয়সমূহত নিযুক্তি লাভ কৰা চাৰে পাঁচ হাজাৰৰো অধিক শিক্ষকলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত বিগত ৩ বছৰত প্ৰায় ৫০ হাজাৰ শিক্ষক নিযুক্তি লাভ কৰা বুলিও উল্লেখ কৰি, এই কৃতিত্বৰ বাবে ৰাজ্য চৰকাৰক অভিনন্দন জনায়।

উন্নত ভাৰতৰ সংকল্প প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত নৱনিযুক্ত শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পৰম্পৰাগত জ্ঞানৰ লগতে ভৱিষ্যতপ্ৰযুক্তিক সমান গুৰুত্ব প্ৰদান কৰে বুলি উল্লেখ কৰে। তেওঁ কয় যে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে আনহাতে মাতৃভাষাত শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হৈছে। ইংৰাজী নজনা শিক্ষাৰ্থীসকলক মাতৃভাষাত শিক্ষা প্ৰদান নকৰাৰ ফলত হোৱা ঘোৰ অন্যায়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে এতিয়া পাঠ্যক্ৰমত আঞ্চলিক ভাষাৰ কিতাপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিটো দেশৰ শিক্ষা ব্যৱস্থাৰ এক ডাঙৰ পৰিৱৰ্তনৰ আধাৰ হ’ব।

অমৃতকালৰ প্ৰথম বৰ্ষত লাভ কৰা দুটা ইতিবাচক বাতৰিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ইতিবাচক চিন্তা, সঠিক অভিপ্ৰায় আৰু সততাৰে সিদ্ধান্ত লোৱা হয়, তেতিয়া সমগ্ৰ পৰিৱেশ ইতিবাচকতাৰে ভৰি পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে নীতি আয়োগৰ প্ৰতিবেদনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছে যে যোৱা পাঁচ বছৰত ভাৰতত ১৩.৫ কোটি ভাৰতীয় দৰিদ্ৰসীমাৰ ওপৰলৈ পৰিছে। দ্বিতীয়তে, প্ৰধানমন্ত্ৰীয়ে এই বছৰ দাখিল কৰা আয়কৰ ৰিটাৰ্ণৰ সংখ্যাসম্পৰ্কে আন এক প্ৰতিবেদনৰ ওপৰত আলোকপাত কৰে, যিয়ে যোৱা ন বছৰত জনসাধাৰণৰ গড় উপাৰ্জন বৃদ্ধিহোৱাৰ এক বৃহৎ ইঙ্গিত দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে আইটিআৰতথ্য অনুসৰি, ২০১৪ চনত গড় উপাৰ্জন আছিল ৪ লাখ টকা আৰু ২০২৩ চনত ই ১৩ লাখ টকালৈ বৃদ্ধি পাইছে। তেওঁ কৈছিল যে নিম্ন উপাৰ্জন গোটৰ পৰা উচ্চ উপাৰ্জন গোটলৈ যোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে এই পৰিসংখ্যাই দেশৰ প্ৰতিটো খণ্ডৰ শক্তিৰ লগতে নিযুক্তিৰ সুযোগ বৃদ্ধি, বিকাশ আৰু উৎসাহৰ আশ্বাস দিয়ে।

আয়কৰ ৰিটাৰ্ণৰ নতুন তথ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া হৈছে চৰকাৰৰ ওপৰত দেশৰ নাগৰিকৰ ক্ৰমান্বয়ে বৰ্ধিত বিশ্বাস। প্ৰধানমন্ত্ৰীয়ে কয় যে বহু সংখ্যক লোকে সততাৰে কৰ পৰিশোধ কৰিবলৈ আগবাঢ়ি আহিছে কিয়নো তেওঁলোকে জানে যে তেওঁলোকৰ কৰৰ প্ৰতিটো পইচা দেশৰ উন্নয়নৰ বাবে ব্যয় কৰা হৈছে আৰু তেওঁলোকে দেখিছে যে ২০১৪ চনত দশম স্থানত থকা অৰ্থনীতি এতিয়া পঞ্চম স্থানলৈ নামি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ নাগৰিকসকলে ২০১৪ চনৰ আগৰ সময়খিনি পাহৰিব নোৱাৰে যেতিয়া কেলেংকাৰী আৰু দুৰ্নীতি ব্যাপকভাৱে চলি আছিল, য’ত দৰিদ্ৰ লোকসকলৰ অধিকাৰ তেওঁলোকৰ ওচৰপোৱাৰ আগতে লুণ্ঠন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি দৰিদ্ৰলোকৰ অধিকাৰৰ সকলো ধন পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টলৈ গৈ আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱস্থাটোৰ পৰা চুৰি প্ৰতিৰোধ কৰাৰ ফলস্বৰূপে চৰকাৰে দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে ব্যয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে এনে বৃহৎ পৰিমাণৰ বিনিয়োগে দেশৰ প্ৰতিটো কোণত নিযুক্তিৰ সৃষ্টি কৰিছে। তেওঁ উমৈহতীয়া সেৱা কেন্দ্ৰৰ উদাহৰণ দাংকা কৰিছিল। তেওঁ কয় যে ২০১৪ চনৰ পৰা গাওঁসমূহত ৫ লাখ নতুন উমৈহতীয়া সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এনে প্ৰতিটো কেন্দ্ৰই আজি বহু লোকক নিযুক্তি প্ৰদান কৰিছে। তেওঁ কয় যে ইয়াৰ অৰ্থ হৈছে দৰিদ্ৰ আৰু গাওঁসমূহৰ কল্যাণ আৰু নিযুক্তিৰ সুযোগ সৃষ্টি কৰা।

প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষা, দক্ষতা বিকাশ আৰু নিযুক্তিৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী নীতি আৰু সিদ্ধান্তৰ সৈতে কাম কৰা হৈছে। লালকিল্লাৰ প্ৰাচীৰৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ ঘোষণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিখন এই দৃষ্টিভংগীৰ প্ৰতিফলন। তেওঁ কয় যে একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি বিশ্বকৰ্মাৰ দ্বাৰা পৰম্পৰাগত দক্ষতা গ্ৰহণ ৰখাৰ বাবে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা সৃষ্টি কৰা হৈছে। শ্ৰী মোদীয়ে কয়, এই আঁচনিখনত প্ৰায় ১৩,০০০ কোটি টকা ব্যয় কৰা হ’ব আৰু ই ১৮ টা বিভিন্ন ধৰণৰ দক্ষতাৰ সৈতে জড়িত লোকসকলক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে সমাজৰ সেই শ্ৰেণীসমূহক লাভান্বিত কৰিব, যাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হৈছিল, কিন্তু তেওঁলোকৰ অৱস্থা উন্নত কৰাৰ বাবে কেতিয়াও কোনো দৃঢ় প্ৰচেষ্টা কৰা হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বকৰ্মা যোজনাৰ অধীনত প্ৰশিক্ষণৰ লগতে আধুনিক সঁজুলি ক্ৰয়ৰ বাবে হিতাধিকাৰীসকলক ভাউচাৰপ্ৰদান কৰা হ’ব। “প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ জৰিয়তে যুৱপ্ৰজন্মই তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ অধিক সুযোগ লাভ কৰিব।”

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকল আজি শিক্ষক হৈ উঠিছে তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ বলত ইয়ালৈ আহিছে। তেওঁ তেওঁলোকক শিকাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তেওঁ চৰকাৰৰ দ্বাৰা সৃষ্টি কৰা অনলাইন শিক্ষণ মঞ্চ – IGoT  কৰ্মযোগীৰ বিষয়ে উল্লেখ কৰে আৰু নৱনিযুক্ত শিক্ষকসকলক এই সুবিধাৰ সৰ্বাধিক সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।