প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ডুবাইত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ শাসক মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমক সাক্ষাৎ কৰে।

 

দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, মহাকাশ, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিস্তৃত ক্ষেত্ৰসমূহৰ ওপৰত আলোচনা কৰে। ভাৰত আৰু ইউএইৰ মাজত দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কক লৈ তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰে আৰু বিশেষকৈ ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে গ্ৰহণ কৰা মূল ভূমিকাক স্বীকাৰ কৰে। তেওঁলোকে লগতে স্বাক্ষৰিত দ্বিপাক্ষিক বিনিয়োগ চুক্তিক আদৰণি জনায়।

 

প্ৰধানমন্ত্ৰীয়ে ডুবাইত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমক কৃপা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই ডুবাইৰ বাণিজ্য, সেৱা আৰু পৰ্যটনৰ বৈশ্বিক কেন্দ্ৰলৈ বিকশিত হোৱাত প্ৰৱাসী ভাৰতীয়সকলৰ অৱদানক স্বীকাৰ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদক ডুবাইত এখন ইণ্ডিয়ান কমিউনিটি হস্পিতালৰ বাবে ভূমি প্ৰদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে যিয়ে ভাৰতীয় ব্লু কলাৰ শ্ৰমিকসকলৰ বাবে সুলভ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী শ্বেইখ মহম্মদ বিন ৰছিদ আল মাকটুমক তেওঁৰ সুবিধা অনুসৰি অতি সোনকালে ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

 

  • sumit May 24, 2024

    i sulute Modi Ji
  • KANJIBHAI JOSHI April 29, 2024

    વિદેશી મહેમાનો માટે આગતાસ્વાગતા કરી આગળ વધી ભારતીય સંસ્કૃતિ વિશ્ર્વમાં ફેલાવવી એટલે જ તો મોદી સરકાર ની ગેરંટી સાથે વિકાસ
  • Pradhuman Singh Tomar April 18, 2024

    bjp
  • Vivek Kumar Gupta April 16, 2024

    नमो ............🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta April 16, 2024

    नमो .........................🙏🙏🙏🙏🙏
  • Pawan Jain April 13, 2024

    नमो नमो
  • ROYALINSTAGREEN April 05, 2024

    i request you can all bjp supporter following my Instagram I'd _Royalinstagreen 🙏🙏
  • Harish Awasthi March 16, 2024

    मोदी है तो मुमकिन है
  • Dhajendra Khari March 13, 2024

    Today, I launched the PM-SURAJ national portal through which the disadvantaged section of society can directly receive financial assistance : PM Modi
  • Avdhesh Saraswat March 06, 2024

    ABKI BAAR 408+PAAR HAR BAAR MODI SARKAR
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'New India's Aspirations': PM Modi Shares Heartwarming Story Of Bihar Villager's International Airport Plea

Media Coverage

'New India's Aspirations': PM Modi Shares Heartwarming Story Of Bihar Villager's International Airport Plea
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi reaffirms commitment to affordable healthcare on JanAushadhi Diwas
March 07, 2025

On the occasion of JanAushadhi Diwas, Prime Minister Shri Narendra Modi reaffirmed the government's commitment to providing high-quality, affordable medicines to all citizens, ensuring a healthy and fit India.

The Prime Minister shared on X;

"#JanAushadhiDiwas reflects our commitment to provide top quality and affordable medicines to people, ensuring a healthy and fit India. This thread offers a glimpse of the ground covered in this direction…"