প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ ঋষি সুনাকৰ সৈতে বৈঠকত মিলিত হয়। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী মোদীক প্ৰধানমন্ত্ৰী সুনাকে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ মিলিত দায়বদ্ধতাক পুনৰ দোঁহাৰে।

 

|

দুয়োগৰাকী নেতাই ৰোডমেপ, ২০৩০ ৰূপায়ণৰ বিষয়ে আলোচনা কৰি নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আলোচনা, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, জটিল আৰু উচ্চ প্ৰযুক্তি খণ্ড আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বকে ধৰি সকলো ক্ষেত্ৰতে অগ্ৰগতিৰ বাবে আনন্দ প্ৰকাশ কৰে। লগতে দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনাত যি অগ্ৰগতি লাভ কৰিছে তাক লৈয়ো সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বহুপাক্ষিক বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰে।

 

|

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত হ’বলগায়ী সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ব্ৰিটেইনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

 

  • Reena chaurasia September 10, 2024

    bjp
  • Vivek Kumar Gupta August 29, 2024

    नमो .....🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta August 29, 2024

    नमो ................🙏🙏🙏🙏🙏
  • Aseem Goel August 26, 2024

    🙏🙏🙏
  • Sandeep Pathak August 22, 2024

    jai
  • Sandeep Pathak August 22, 2024

    jai shree Ram
  • Rajpal Singh August 10, 2024

    🙏🏻🙏🏻
  • Vimlesh Mishra July 22, 2024

    jai mata di
  • Dr Swapna Verma July 11, 2024

    bjp
  • Pradhuman Singh Tomar July 09, 2024

    BJP 1.2
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Cabinet approves $2.7 billion outlay to locally make electronics components

Media Coverage

Cabinet approves $2.7 billion outlay to locally make electronics components
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2025
March 29, 2025

Citizens Appreciate Promises Kept: PM Modi’s Blueprint for Progress