প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলনৰ সময়ত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত মাৰ্ক ৰুটৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰী ৰুটে ভাৰতৰ জি-২০ অধ্যক্ষতা আৰু সন্মিলনৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। তেওঁ চন্দ্ৰযান অভিযানৰ সফলতাৰ বাবে ভাৰতক অভিনন্দন জনায় আৰু আদিত্য অভিযানৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বিশুদ্ধ শক্তি আৰু সেউজ হাইড্ৰজেন, ছেমিকণ্ডাক্টৰ, চাইবাৰ আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি তেওঁলোকৰ দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।

আলোচনাত পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহো সামৰি লোৱা হয়।

 

  • Jitender Kumar Haryana BJP State President August 09, 2024

    🇮🇳
  • Jitender Kumar Haryana BJP State President August 09, 2024

    🇮🇳
  • Jitender Kumar Haryana BJP State President August 03, 2024

    🇮🇳
  • Jitender Kumar MP June 06, 2024

    Jitender Kumar
  • rupesh September 13, 2023

    one earth one leadr wo hain humare pm sir Narendra Modi ji
  • Abhiram Singh September 12, 2023

    We welcome.Bharat Mata ki Jai.
  • आशु राम September 12, 2023

    This is new India
  • RITU DHAWAN September 12, 2023

    respected pm sir as this is a small country Netherland we shall provide sources to small scale keeping in mind the price they can give to us or we can get from them in imports
  • bhaskar sen September 11, 2023

    honourable prime minister 's meeting with the prime minister of Netherlands . His meetings are always on a cordial and affable note . That is the greatness of our honourable prime minister. jai hind jai bharat
  • Babaji Namdeo Palve September 11, 2023

    जय हिंद जय भारत
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Data centres to attract ₹1.6-trn investment in next five years: Report

Media Coverage

Data centres to attract ₹1.6-trn investment in next five years: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 জুলাই 2025
July 10, 2025

From Gaganyaan to UPI – PM Modi’s India Redefines Global Innovation and Cooperation