প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাশ্বিংটন ডি চিত এপ্লাইড মেটেৰিয়েলৰ অধ্যক্ষ তথা চিইঅ’ গেৰী ই. ডিকাৰচনক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰীয়ে এপ্লাইড মেটেৰিয়েলছক ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ শক্তিশালী কৰাৰ অৱদান আগবঢ়াবলৈ আমন্ত্ৰণ জনায়৷ প্ৰধানমন্ত্ৰীয়ে লগতে এপ্লাইড মেটেৰিয়েলছক ভাৰতত প্ৰক্ৰিয়াগত প্ৰযুক্তি আৰু উন্নত পেকেজিং সক্ষমতাৰ বিকাশ সাধন কৰিবলৈ আমন্ত্ৰণ জনায়৷
প্ৰধানমন্ত্ৰী আৰু ডিকাৰছনে দক্ষ কৰ্মশক্তি সৃষ্টিৰ বাবে ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে এপ্লাইড মেটেৰিয়েলছৰ সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।
President & CEO of @Applied4Tech, Mr. Gary E. Dickerson, had a meeting with PM @narendramodi in Washington DC. They discussed ways to strengthen the semiconductor ecosystem in India. pic.twitter.com/y34TIcwtuh
— PMO India (@PMOIndia) June 22, 2023