অসমৰ চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়।

শ্ৰী মোদীয়ে লগতে কয়, চৰাইদেউৰ মৈদামবোৰে পূৰ্বপুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতি প্ৰদৰ্শন কৰে।

ইউনেস্কো বিশ্ব ঐতিহ্য তালিকা সন্দৰ্ভত ইউনেস্কোৰ পূৰ্বে উল্লেখিত ’এক্স’ৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰতৰ বাবে এক অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়!

চৰাইদেউৰ মৈদামবোৰে পূৰ্বপুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতি প্ৰদৰ্শন কৰে। মই আশা কৰোঁ মহান আহোম শাসন আৰু সংস্কৃতিৰ বিষয়ে অধিক লোকে জানিব পাৰিব।

মৈদামবোৰ #WorldHeritage তালিকাত অন্তৰ্ভুক্ত হোৱাত আনন্দিত হৈছো।”

 

 

  • Bantu Indolia (Kapil) BJP September 29, 2024

    jay shree ram
  • Vivek Kumar Gupta September 27, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 27, 2024

    नमो ..............................🙏🙏🙏🙏🙏
  • neelam Dinesh September 26, 2024

    Namo
  • Dheeraj Thakur September 25, 2024

    जय श्री राम ,
  • Dheeraj Thakur September 25, 2024

    जय श्री राम,
  • Himanshu Adhikari September 18, 2024

    ❣️❣️
  • दिग्विजय सिंह राना September 18, 2024

    हर हर महादेव
  • Devender Chauhan September 16, 2024

    yogi aadityanath ji ko jai shree ram
  • Chowkidar Margang Tapo August 30, 2024

    Bharat mata ki jai,,.
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India is taking the nuclear energy leap

Media Coverage

India is taking the nuclear energy leap
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2025
March 31, 2025

“Mann Ki Baat” – PM Modi Encouraging Citizens to be Environmental Conscious

Appreciation for India’s Connectivity under the Leadership of PM Modi