প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিবিএছই বোৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱক তথা শিক্ষক–শিক্ষয়িত্ৰীসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰে পৰা অনুষ্ঠিত চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো তৰুণ পৰীক্ষাৰ্থী, তেওঁলোকৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীক শুভেচ্ছা জনাইছো৷ মই তৰুণ বন্ধু-বান্ধৱীসকলক আনন্দ আৰু চাপমুক্ত মনেৰে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছো৷ মাহ মাহ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু প্ৰস্তুতিয়ে নিশ্চিতভাৱে মহান লক্ষ্যৰ ফালে লৈ যাব৷”
As the CBSE Class X and XII exams commence today, best wishes to all young Exam Warriors, their parents and teachers. I urge my young friends to appear for the exams in a happy and stress-free manner. Months of hardwork and preparation will surely lead to great things!
— Narendra Modi (@narendramodi) February 15, 2020