প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আঘাতপ্ৰাপ্ত তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ আশু আৰোগ্য কামনা কৰিছে৷
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী কে চি আৰ গাৰু আঘাতপ্ৰাপ্ত হোৱা বুলি জানি দুঃখিত হৈছো। তেওঁৰ আশু আৰোগ্য আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷”
Distressed to know that former Telangana CM Shri KCR Garu has suffered an injury. I pray for his speedy recovery and good health.
— Narendra Modi (@narendramodi) December 8, 2023