প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীক আঘাতৰ পৰা শীঘ্ৰে আৰোগ্য লাভৰ কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে :
"মমতা দিদীৰ বাবে দ্ৰুত আৰোগ্য আৰু উত্তম স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।"
I pray for a quick recovery and the best health for Mamata Didi. @MamataOfficial
— Narendra Modi (@narendramodi) March 14, 2024