প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক পৱিত্ৰ জ্যেষ্ঠ অষ্টমী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"সকলোকে, বিশেষকৈ মোৰ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক জ্যেষ্ঠ অষ্টমী উপলক্ষে শুভেচ্ছা জনাইছোঁ। সকলোৰে কল্যাণ আৰু সমৃদ্ধিৰ বাবে আমি মাতা ক্ষীৰ ভৱানীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।"
Greetings to everyone, especially my Kashmiri Pandit sisters and brothers on Jyeshtha Ashtami. We pray to Mata Kheer Bhawani for everyone’s well-being and prosperity.
— Narendra Modi (@narendramodi) June 8, 2022



