প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকলোকে ২০২৫ চনৰ শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত তেওঁ এনেদৰে লিখিছে :
"শুভ ২০২৫!
এই বছৰটোৱে সকলোৰে বাবে নতুন সুযোগ, সফলতা আৰু অন্তহীন আনন্দ কঢ়িয়াই আনক। সকলোৱে সুস্বাস্থ্য আৰু সমৃদ্ধিৰে আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।"
Happy 2025!
— Narendra Modi (@narendramodi) January 1, 2025
May this year bring everyone new opportunities, success and endless joy. May everybody be blessed with wonderful health and prosperity.