প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উপলক্ষে সকলো চাৰ্টাৰ্ড একাউণ্টেণ্টক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চিএৰ দক্ষতা আৰু কৌশলগত অন্তৰ্দৃষ্টি ব্যৱসায় তথা ব্যক্তিৰ বাবে লাভজনক হোৱাৰ লগতে ই অৰ্থনৈতিক বিকাশ আৰু স্থিৰতাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।

শ্ৰী মোদীয়ে এক্সত এইদৰে পোষ্ট কৰে :

"চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসৰ শুভেচ্ছা! চিএসকলে আমাৰ অৰ্থনৈতিক দৃশ্যপট গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ দক্ষতা আৰু কৌশলগত অন্তৰ্দৃষ্টি ব্যৱসায় আৰু ব্যক্তিৰ বাবে লাভজনক। তেওঁলোকে অৰ্থনৈতিক বিকাশ তথা স্থিৰতাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। এইসমূহ আমাৰ বিত্তীয় কল্যাণৰ বাবে সমান্তৰালকৈ অপিৰহাৰ্য। #CADay"

 

 

  • Santosh bharti September 07, 2024

    nice
  • Pradeep garg September 06, 2024

    जय हो
  • Chowkidar Margang Tapo August 30, 2024

    Bharat, mata ki jai,,.
  • Raja Gupta Preetam August 28, 2024

    जय श्री राम
  • Vivek Kumar Gupta August 18, 2024

    नमो ...........🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta August 18, 2024

    नमो ...................🙏🙏🙏🙏🙏
  • Rajpal Singh August 09, 2024

    🙏🏻🙏🏻
  • Pradhuman Singh Tomar July 27, 2024

    bjp
  • Vimlesh Mishra July 20, 2024

    jai mata di
  • Chandrabhushan Mishra Sonbhadra July 16, 2024

    Jay shree ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 28 lakh companies registered in India: Govt data

Media Coverage

Over 28 lakh companies registered in India: Govt data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond