১,৫১৪টা নগৰ সমবায় বেংক শক্তিশালী কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়ঃ
"সমবায় খণ্ডৰ বাবে ই আশ্চৰ্যজনক আৰু ই বহু লোকক শক্তিশালী কৰিব।"
This is wonderful for the cooperatives sector and will empower several people. https://t.co/vOWXgk0kHL
— Narendra Modi (@narendramodi) June 10, 2023
More details here :
https://pib.gov.in/PressReleasePage.aspx?PRID=1931050