প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানত ১২টা চিতাৰ নতুন জাকক আদৰণি জনায়৷
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,
“এই উন্নয়নৰ লগে লগে ভাৰতৰ বন্যপ্ৰাণীৰ বৈচিত্ৰ্যই এক উত্থান লাভ কৰিলে৷”
India’s wildlife diversity receives a boost with this development. 🐆 https://t.co/ceF0dzPcXm
— Narendra Modi (@narendramodi) February 19, 2023