প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ নালন্দাৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰে। মূল নালন্দা বিশ্ববিদ্যালয়ক পৃথিৱীৰ প্ৰথম আৱাসিক বিশ্ববিদ্যালয়সমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। নালন্দাৰ ধ্বংসাৱশেষক ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।

 

|

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;

"নালন্দাত খনন কৰা অৱশেষসমূহ পৰিদৰ্শন কৰাটো নিতান্তই দৃষ্টান্তযোগ্য আছিল। প্ৰাচীন পৃথিৱীৰ শিক্ষাৰ অন্যতম মহান পীঠ হোৱাৰ এক সুযোগ আছিল  এয়া। এই স্থানডোখৰে পাণ্ডিত্যপূৰ্ণ অতীতৰ এক গভীৰ দৰ্শন প্ৰদান কৰে যি এসময়ত ইয়াত বিকশিত হৈছিল। নালন্দাই এক বৌদ্ধিক চেতনাৰ সৃষ্টি কৰিছিল যি আমাৰ দেশত বিস্তাৰ লাভ কৰি আহিছে।"

 

|
  • Jitender Kumar BJP Haryana November 07, 2024

    BJP Zindabad ❤️
  • Jitender Kumar Haryana BJP State President October 16, 2024

    BJP National in Bihar
  • Vivek Kumar Gupta September 02, 2024

    नमो ...🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 02, 2024

    नमो ......................🙏🙏🙏🙏🙏
  • Aseem Goel August 26, 2024

    Jai hind
  • Sandeep Pathak August 22, 2024

    jai shree Ram
  • ओम प्रकाश सैनी August 19, 2024

    om shanti om
  • ओम प्रकाश सैनी August 19, 2024

    Om shanti
  • ओम प्रकाश सैनी August 19, 2024

    Om
  • Rajpal Singh August 10, 2024

    🙏🏻🙏🏻
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How PMJDY has changed banking in India

Media Coverage

How PMJDY has changed banking in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মাৰ্চ 2025
March 25, 2025

Citizens Appreciate PM Modi's Vision : Economy, Tech, and Tradition Thrive