প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদস্থিত ভাৰত বায়োটেকৰ সমগ্ৰ চৌহদ পৰিদৰ্শন কৰে। ক’ভিডৰ বাবে টীকা উদ্ভাৱন আৰু উৎপাদন প্ৰক্ৰিয়া ব্যক্তিগতভাৱে পৰ্যালোচনা কৰিবৰ বাবে তিনি চহৰ ভ্ৰমণ কৰাৰ অংশ আছিল এই ভ্ৰমণ।
শ্ৰী মোদীয়ে টুইট কৰি জনায়, “ হায়দৰাবাদৰ ভাৰত বায়োটেকৰ ব্যৱস্থাপনাত দেশীয় পদ্ধতিৰে ক’ভিড-১৯ ৰ টীকাৰ বিষয়ে জনালে। এই পৰ্যন্ত যি যি পৰীক্ষা নিৰীক্ষা চলিছে, তাৰ বাবে বিজ্ঞানীসকলক অভিনন্দন জনাইছো। তেওঁলোকৰ দলটোৱে দ্ৰুত উদ্ভাৱনৰ বাবে আইচিএমআৰৰ সৈতে একত্ৰিত হৈ কাম কৰিছে।“
প্ৰধানমন্ত্ৰীয়ে আজি পুৱাতেই আহমেদাবাদৰ জাইডাছ বায়োটেক পাৰ্ক পৰিদৰ্শন কৰে।
At the Bharat Biotech facility in Hyderabad, was briefed about their indigenous COVID-19 vaccine. Congratulated the scientists for their progress in the trials so far. Their team is closely working with ICMR to facilitate speedy progress. pic.twitter.com/C6kkfKQlbl
— Narendra Modi (@narendramodi) November 28, 2020