প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘বাংগালুৰু প্ৰযুক্তি শীৰ্ষ সন্মিলন’ৰ শুভাৰম্ভ ঘোষণা কৰে। কৰ্ণাটক চৰকাৰৰ উদ্যোগত আৰু ‘কৰ্ণাটক ইনভেশ্যন এণ্ড টেকনলজী ছোচাইটী’(কেআইটিএছ), ‘কৰ্ণাটকা গভাৱৰ্ণমেণ্টছ ভিছন গ্ৰুপ অন ইনফৰ্মেশ্যন টেকন’লজী’, ‘বায়’টেকন’লজী এণ্ড ষ্টাৰ্টআপ’, ‘ছফ্টৱেৰ টেকন’লজী পাৰ্ক অব ইণ্ডিয়া’(এছটিপিআই) আৰু ‘এমএম এক্টিভ ছি-টেক কমিউনিকেশ্যনছ’ আদি প্ৰতিষ্ঠানৰ সহযোগত এই শীৰ্ষ সন্মিলনখনৰ আয়োজন কৰা হৈছে। এই বছৰৰ সন্মিলনৰ প্ৰতিপাদ্য প্ৰসংগ হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছে-‘নেক্সত ইজ নাও’। কেন্দ্ৰীয় চৰকাৰৰ ‘ইলেক্ট্ৰনিকছ এণ্ড আইটি’, ‘যোগাযোগ আৰু আইন তথা ন্যায়িক বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী শ্ৰী বি এছ য়েডুৰাপ্পায়ো উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।
‘ডিজিটেল ইণ্ডিয়া’ক এতিয়া কেৱল চৰকাৰৰ এক নিয়মীয়া কাৰ্যক্ৰম হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে সাম্প্ৰতিক ভাৰতত জীৱনৰ এক পন্থা হিচাপে, বিশেষকৈ দৰিদ্ৰ, বঞ্চিত আৰু চৰকাৰী ব্যৱস্থাৰে জড়িতসকলৰ বাবে জৰুৰী ব্যৱস্থা হিচাপে গণ্য কৰিবলৈ লোৱা কথাত প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে সন্তুষ্টি প্ৰকাশ কৰে।
শীৰ্ষ সন্মিলনখনত ভাষণ প্ৰদান কৰি তেওঁ কয়, ‘ডিজিটেল ইণ্ডিয়া অভিযান’ৰ সুবাদতে আমাৰ ৰাষ্ট্ৰই অধিক মানৱতাবাদী উন্নয়ণৰ বাবে চলা এক প্ৰয়াস প্ৰত্যক্ষ কৰিব পাৰিছে। বিস্তৃত ক্ষেত্ৰত প্ৰযুক্তিৰ বহুল ব্যৱহাৰে নাগৰিকসকলৰ বাবে বিভিন্ন ধৰণৰ পৰিৱৰ্তন অনাৰ লগতে ইয়াৰ পৰিণতিয়ে প্ৰদান কৰা লাভসমূহ স্পষ্ট ৰূপতে প্ৰত্যক্ষ কৰিব পৰা গৈছে’ বুলিও তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘ডিজিটেল আৰু প্ৰযুক্তিগত সমাধানসমূহৰ বাবে চৰকাৰে কেৱল বজাৰৰে সৃষ্টি কৰা নাই, বৰঞ্চ ইয়াক সকলো আঁচনিৰে এক গুৰুত্বপূৰ্ণ অংগ কৰিও তুলিছে’। তেওঁ কয় যে, তেওঁৰ চৰকাৰে বাবে প্ৰথমে প্ৰযুক্তিৰ আৰ্হি গ্ৰহণ কৰিছে আৰু এই প্ৰযুক্তিৰ জৰিয়তে মানৱীয় মৰ্যাদাৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। এই প্ৰসংগত তেওঁ দেশৰ কোটি কোটি খেতিয়কে এটা টিপাতে চৰকাৰে আগবঢ়োৱা বিত্তীয় সহযোগিতা লাভ কৰাৰ লগতে পৃথিৱীৰ সৰ্ববৃহত্ চিকিত্সা বীমা আঁচনি ‘আয়ুষ্মান ভাৰত’-ৰ সফল ৰূপায়ণৰ উদাহৰণ দাঙি ধৰে। ‘লকডাউন’ৰ সংকটৰ মাজতো দেশৰ দুখীযা ৰাইজে এই প্ৰযুক্তিৰ সুবাদতে যথোচিত ভাবে আৰু দ্ৰুতগতিৰে চৰকাৰী সহযোগিতা লাভ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ এনে বিশাল পৰিসৰৰ সাহায্য সেৱাৰ সমকক্ষ তেনেই বিৰল বুলিও মন্তব্য কৰে।
তেওঁৰ চৰকাৰে ‘দক্ষতা আৰু পাৰদৰ্শিতাৰে সেৱা আগবঢ়োৱাৰ বাবে তথ্য বিশ্লেষণৰ পৰা উদ্ভুত শক্তিৰ সদ্ব্যৱহাৰ কৰি আহিছে’ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেও, ‘এই প্ৰযুক্তিৰ শক্তিৰেই ফাইলৰ আদান-প্ৰদানৰ দীঘলীয়া পৰিক্ৰমাই সৃষ্টি কৰি অহা সমস্যাৰ অন্ত পেলাই খৰটকীয়া আৰু বিস্তৃত পৰিসৰৰ ৰাইজৰ জীৱন সলনি কৰিব পৰা গৈছে’ বুলি মন্তব্য কৰে।
‘মহামাৰীৰ সময়ত ইয়াৰ পাৰদৰ্শী ভূমিকা প্ৰদৰ্শন কৰাৰ বাবে’ প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিখণ্ডৰ শলাগ লয়।
তেওঁ কয়, ‘ঔদ্যোগিক সাফল্যৰ যুগ ইতিমধ্যে অতীত হৈছে আৰু এতিয়া আমি তথ্য–যুগৰ মাজভাগত উপনীত হৈছোহি। ঔদ্যোগিক যুগত, পৰিৱৰ্তন ধাৰা সৰলৰৈখিক আছিল’ বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে তথ্য–যুগৰ পৰিৱৰ্তন বিধ্বস্তকাৰী’। ‘তথ্য–যুগত প্ৰথমবাৰৰ বাবে কৰোতাজনে উত্তমকৈ কৰোতাজনৰ কামক লৈ চিন্তিত হৈ নাথাকে। এই যুগত যিকোনোজনেই যিকোনো সময়তে কোনো সামগ্ৰী নিৰ্মাণ কৰিব পাৰে, যিয়ে ইতিমধ্যে থকা খিনিক বিধ্বস্ত কৰি পেলাব পাৰে’।
প্ৰসংগক্ৰমে তেওঁ, ‘ভাৰতত প্ৰস্তুত কৰা প্ৰযুক্তিগত সমাধানৰ আৰ্হি সমগ্ৰ পৃথিৱীৰ বাবেই কৰ্ম সম্পাদনৰ বাবে নিয়োজিত কৰা হয়’ বুলি উল্লেখ কৰে।
We launched Digital India 5 years back.
— PMO India (@PMOIndia) November 19, 2020
Today, I am glad to say that Digital India is no longer being seen as any regular Government initiative.
Digital India has become a way of life. Particularly, for the poor, marginalised and for those in Government: PM
Thanks to Digital India, our nation has witnessed a more human centric approach to development.
— PMO India (@PMOIndia) November 19, 2020
Using technology on such a large scale has brought about several life changes for our citizens.
The benefits are for everyone to see: PM
Through technology, we have enhanced human dignity.
— PMO India (@PMOIndia) November 19, 2020
Crores of farmers receive monetary support in one click.
At the peak of the lockdown, it was technology that ensured that India’s poor received proper & quick assistance. The scale of this relief has few parallels: PM
Technology is the prime reason our schemes have transcended files and changed lives of the people at such a speed and scale: PM
— PMO India (@PMOIndia) November 19, 2020
When it comes to technology, the way ahead lies in learning and growing together.
— PMO India (@PMOIndia) November 19, 2020
Inspired by that approach, a number of incubation centres are opening in India.
Over the last few years, a culture of hackathons have been organised in India. I have attended some of them too: PM
Achievements of the industrial era are in the rear view mirror, and now, we are in the middle of information era.
— PMO India (@PMOIndia) November 19, 2020
Future is coming sooner than anticipated
In the industrial era, change was linear. But in the information era, change is disruptive: PM
In the industrial era, first-mover advantage was everything.
— PMO India (@PMOIndia) November 19, 2020
In the information era, first-mover does not matter, the best-mover does.
Anyone can build a product any time that disrupts all existing equations of the market: PM
India is uniquely positioned to leap ahead in the information era.
— PMO India (@PMOIndia) November 19, 2020
We have the best minds as well as the biggest market.
Our local tech solutions have the potential to go global.
It is time for tech-solutions that are Designed in India but Deployed for the World: PM
Our policy decisions are always aimed at liberalising tech & innovations industry. Recently, we have eased the compliance burden on the IT industry.
— PMO India (@PMOIndia) November 19, 2020
We have always tried to engage with stakeholders in the tech industry and chart out future-proof policy frameworks for India: PM
The potential of our youth and possibilities of technology are endless.
— PMO India (@PMOIndia) November 19, 2020
It is time, we give our best and leverage them.
I am confident that our IT sector will keep making us proud: PM