প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ব্যাপক হাৰত মটুৱা মহা মেলা চাবলৈ আহ্বান জনোৱাৰ লগতে দয়া আৰু সেৱা পথ দেখুওৱাৰ বাবে শ্ৰী শ্ৰী হৰিচন্দ্ৰ ঠাকুৰ জীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
#MatuaMahaMela2023 এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান, যিটোৱে মটুৱা সম্প্ৰদায়ৰ স্পন্দনশীল সংস্কৃতিক প্ৰদৰ্শিত কৰে৷ মই জনসাধাৰণক ব্যাপক হাৰত এই মেলা চাবলৈ আহ্বান জনাইছো৷ শ্ৰী শ্ৰী হৰিচন্দ্ৰ ঠাকুৰ জীয়ে দেখুওৱা দয়া আৰু সেৱা পথৰ বাবে মানৱজাতি সদায় ঋণী হৈ থাকিব৷
The #MatuaMahaMela2023 is an important event which showcases the vibrant culture of the Matua community. I would urge more people to visit the Mela. Humanity will forever be indebted to Shri Shri Harichand Thakur Ji for showing the path of kindness and service. https://t.co/srKlvFcGvR
— Narendra Modi (@narendramodi) March 17, 2023
এক অত্যন্ত গুরুত্বপূর্ন অনুষ্ঠান হল #MatuaMahaMela2023, যেটি মতুয়া সম্প্রদায়ের স্পন্দমান সংস্কৃতিকে তুলে ধরে। আরো অনেকেই এই মেলা দেখুন, এই আমার অনুরোধ। দয়া ও সেবার পথ দেখানোর জন্য ঠাকুর শ্রীশ্রী হরিচাঁদ জীর প্রতি মানবজাতি চিরঋণী হয়ে থাকবে। https://t.co/srKlvFcGvR
— Narendra Modi (@narendramodi) March 17, 2023