প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমা দৰ্শনৰ অংশ হিচাপে নাগৰিকসকলক নাদাবেট আৰু আন-আন সীমাঞ্চল ভ্ৰমণেৰে পৰ্যটনক সমৃদ্ধকৰণৰ আহ্বান জনাইছে।
ভাৰতৰ পৰ্যটন, সাংস্কৃতিক আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়;
"সীমা দৰ্শন প্ৰকল্পই পৰ্যটন খণ্ডটোত এক নতুন মাত্ৰাৰ সংযোজন কৰিছে। এই প্ৰকল্পই সীমান্তত বসবাস কৰা লোকসকলৰ প্ৰাণোচ্ছলতাক শলাগ লোৱাৰ সুযোগ প্ৰদান কৰিছে।
মই আপোনালোক সকলোকে নাদাবেট আৰু আন-আন সীমাঞ্চল ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো..."
Seema Darshan Project adds a new dimension to the tourism sector. It gives the opportunity to appreciate the resilience of those who live on the borders.
— Narendra Modi (@narendramodi) November 5, 2022
I’d urge you all to visit Nadabet and other border areas… https://t.co/D8pJ9hkAoZ