QuotePrime Minister urges citizens to change the profile picture having tricolour on social media
QuoteAlso urges to share selfie with Tiranga on harghartiranga.com

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ত্ৰিৰংগা থকা প্ৰ'ফাইল ছবি সলনি কৰিবলৈ আহ্বান জনাইছে। শ্ৰী মোদীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ তেওঁৰ প্ৰ'ফাইল ছবিখন ত্ৰিৰংগালৈ সলনি কৰে। হৰ ঘৰ ত্ৰিৰংগা আন্দোলনক এক স্মৰণীয় গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ তেওঁ সকলোকে তেনে কৰিবলৈ আহ্বান জনায়।

 

শ্ৰী মোদীয়ে লগতে সকলোকে harghartiranga.comত ত্ৰিৰংগাৰ সৈতে ছেলফি শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়।

 

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"এই বছৰৰ স্বাধীনতা দিৱস ওচৰ চাপি অহাৰ লগে লগে আহকচোন আমি পুনৰ #HarGharTirangaক এটা স্মৰণীয় গণ আন্দোলনত পৰিণত কৰোঁ। মই মোৰ প্ৰ'ফাইল ছবি সলনি কৰিছোঁ আৰু মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে একে কাম কৰি আমাৰ ত্ৰিৰংগা উদযাপনত মোৰ সৈতে অংশগ্ৰহণ কৰক। আৰু, harghartiranga.comত আপোনাৰ চেলফি ভাগ-বতৰা কৰক"

 

 

  • Jitender Kumar BJP Haryana State President December 22, 2024

    Pulkit Nagar
  • Jitender Kumar BJP Haryana State President December 14, 2024

    She is my favourite in India Indian media 🇮🇳❤️
  • Lal Singh Chaudhary October 07, 2024

    झुकती है दुनिया झुकाने वाला चाहिए शेर ए हिन्दुस्तान मोदी जी को बहुत-बहुत बधाई एवं हार्दिक शुभकामनाएं 🙏🙏🙏
  • Vivek Kumar Gupta October 05, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 05, 2024

    नमो ........................🙏🙏🙏🙏🙏
  • प्रभात दीक्षित September 27, 2024

    जय श्री राधे राधे
  • प्रभात दीक्षित September 27, 2024

    जय श्री राधे कृष्ण
  • प्रभात दीक्षित September 27, 2024

    जय श्री राधे श्याम
  • Dheeraj Thakur September 27, 2024

    ,, जय श्री राम
  • Dheeraj Thakur September 27, 2024

    ,जय श्री राम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'Operation Brahma': First Responder India Ships Medicines, Food To Earthquake-Hit Myanmar

Media Coverage

'Operation Brahma': First Responder India Ships Medicines, Food To Earthquake-Hit Myanmar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মাৰ্চ 2025
March 30, 2025

Citizens Appreciate Economic Surge: India Soars with PM Modi’s Leadership