Quoteচন্দ্ৰযান-৩ অভিযানৰ সৈতে জড়িত ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ আগষ্টৰ পুৱা প্ৰায় ৭:১৫ বজাত বেংগালুৰুস্থিত ISRO Telemetry Tracking and Command Network (ISTRAC) ভ্ৰমণ কৰিব। দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ পৰা উভতি অহাৰ লগে লগে তেওঁ বেংগালুৰুত উপস্থিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে সাক্ষাৎ আৰু মত বিনিময় কৰিব। চন্দ্ৰযান-৩ মিছনৰ তথ্য আৰু অগ্ৰগতিৰ বিষয়েও তেওঁক অৱগত কৰা হ’ব।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PMI data: India's manufacturing growth hits 10-month high in April

Media Coverage

PMI data: India's manufacturing growth hits 10-month high in April
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Jammu & Kashmir Chief Minister meets Prime Minister
May 03, 2025

The Chief Minister of Jammu & Kashmir, Shri Omar Abdullah met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“CM of Jammu and Kashmir, Shri @OmarAbdullah, met PM @narendramodi.”