Quoteবিহাৰৰ মধুবানীত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteবিহাৰত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteবিহাৰৰ অমৃত ভাৰত এক্সপ্ৰেছ আৰু নমো ভাৰত দ্ৰুত ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ মধুবানী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে পুৱা প্ৰায় ১১:৪৫ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই উপলক্ষে এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মধুবানীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা পঞ্চায়তসমূহক স্বীকৃতি আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাও প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৪০ কোটি টকা ব্যয়ৰে বিহাৰৰ গোপালগঞ্জ জিলাৰ হাথুৱাত নিৰ্মাণ হ’বলগীয়া এলপিজি বটলিং প্লাণ্ট আৰু ৰে’ল আনলোডিং সুবিধাৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ দ্বাৰা যোগান শৃংখল সুশৃংখলিত কৰাত সহায়ক হ’ব আৰু বাল্ক এলপিজি পৰিবহণৰ কাৰ্যক্ষমতা বৃদ্ধি পাব।

অঞ্চলটোৰ বিদ্যুৎ আন্তঃগাঁথনিক উদগনি যোগাই প্ৰধানমন্ত্ৰীয়ে বিহাৰত ১,১৭০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পুনৰ গঠন বিতৰণ খণ্ড আঁচনিৰ অধীনত ৫,০৩০ কোটিৰো অধিক মূল্যৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব।

সমগ্ৰ দেশতে ৰে’ল সংযোগ প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে সহৰ্ষ আৰু মুম্বাইৰ মাজত অমৰুট ভাৰত এক্সপ্ৰেছ, জয়নগৰ আৰু পাটনাৰ মাজত নামো ভাৰত দ্ৰুত ৰে’ল আৰু পিপৰা আৰু সহৰ্ষ আৰু সহৰ্ষ আৰু সমষ্টিপুৰৰ মাজত চলাচল কৰিবলগীয়া ৰে’লৰ ফ্লেগ অফ কৰিব। তদুপৰি চাপ্ৰা আৰু বগাহাত ছুপৌল পিপৰা ৰে’ল লাইন, হাছানপুৰ বিথান ৰে’ল লাইন আৰু দুখন দ্বৈতপথৰ ৰে’ল অভাৰ ব্ৰীজ উদ্বোধন কৰিব। তেওঁ খগড়িয়া-আলাউলীয়া ৰে’লপথ ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহে সংযোগৰ উন্নতি সাধন কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে দীনদয়াল অন্ত্যোদয় যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীঁণ জীৱিকা অভিযান (DAY-NRLM)ৰ অধীনত বিহাৰৰ ২ লক্ষাধিক আত্মসহায়ক গোটক প্ৰায় ৯৩০ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজিৰ সুবিধা প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই-গ্ৰামীণৰ ১৫ লাখ নতুন হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰাৰ লগতে সমগ্ৰ দেশৰ পিএমএৱাই-জিৰ ১০লাখ হিতাধিকাৰীক কিস্তি মুকলি কৰি দিব। তেওঁ একাংশ হিতাধিকাৰীক চাবি গতাই দিয়াক লগতে বিহাৰত ১ লাখ পিএমএৱাই-জি আৰু ৫৪ হাজাৰ পিএমএৱাই-নগৰায়ী আৱাসৰ গৃহপ্ৰৱেশৰ সাক্ষী হ’ব।

 

  • DEVENDRA SHAH MODI KA PARIVAR July 21, 2025

    jay shree ram
  • Jagmal Singh July 01, 2025

    The
  • Anup Dutta June 29, 2025

    🙏
  • Jitender Kumar BJP Haryana State Gurugram MP and President June 08, 2025

    Jitender
  • ram Sagar pandey May 31, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माता दी 🚩🙏🙏जय माँ विन्ध्यवासिनी👏🌹💐🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🙏🏻🌹जय श्रीराम🙏💐🌹
  • Prof Sanjib Goswami May 27, 2025

    Another suggestion for Bihar. Just like Gujarat, UP and Delhi, the BJP should have a cultural cum tourism project for Bihar around Ganga & Phalgu rivers. This will strengthen Hindutva, river links, chat puja festival, Gaya religious circuit etc. I have framed it as under: Ganga & Phalgu River Cultural Corridor, Patna • Components: Riverfront development, cultural festivals, heritage walks, sustainable tourism projects. • Riverfront development (Patna and other cities): ₹1,500–2,000 crore (based on Namami Gange projects and Patna riverfront costs, ~₹1,200 crore for 7 km). • Annual cultural festivals (infrastructure, promotion): ₹200–300 crore (comparable to Kumbh Mela or state festival budgets). • Heritage walks and eco-tourism facilities: ₹500–800 crore (aligned with Union Budget 2024’s temple corridor projects, ~₹1,000 crore). Just my thought.
  • Gaurav munday May 24, 2025

    💜💘
  • Prof Sanjib Goswami May 23, 2025

    On his next visit, pujya Narendra Modiji should have Litti-Choka in Bihar, maybe in a Bihar Cultural festival. This bihari food item needs to go global. #2025Bihar [ https://timesofindia.indiatimes.com/life-style/food-news/pm-narendra-modi-ate-litti-chokha-at-hunar-haat/photostory/74211025.cms?picid=74211047 ]
  • SATISH KUMAR SINGH May 22, 2025

    जय हो
  • Himanshu Sahu May 19, 2025

    ✌️✌️✌️
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Independence Day and Kashmir

Media Coverage

Independence Day and Kashmir
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM hails India’s 100 GW Solar PV manufacturing milestone & push for clean energy
August 13, 2025

The Prime Minister Shri Narendra Modi today hailed the milestone towards self-reliance in achieving 100 GW Solar PV Module Manufacturing Capacity and efforts towards popularising clean energy.

Responding to a post by Union Minister Shri Pralhad Joshi on X, the Prime Minister said:

“This is yet another milestone towards self-reliance! It depicts the success of India's manufacturing capabilities and our efforts towards popularising clean energy.”