প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ জানুৱাৰী, ২০২১ৰ পুৱা ১১বজাত আইআইএম সম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰিব৷

এই উপলক্ষে অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’, শ্ৰীধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰেংগী উপস্থিত থাকিব৷ এই অনুষ্ঠানত বিষয়া, উদ্যোগপতি, শিক্ষাবিদ আৰু শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী আৰু আইআইএম সম্বলপুৰৰ ফেকাল্টিৰ লগতে ৫,০০০ আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰিব৷

আইআইএম সম্বলপুৰ

আইআইএম সম্বলপুৰ হ’ল দেশৰ প্রথম আইআইএম, য’ত শ্রেণীকোঠাৰ ধাৰণা একবাৰে ভিন্ন। ইয়াত ডিজিটেল পদ্ধতিত পঢ়াশুনা হয়। তদুপৰি, উদ্যোগ জগতৰ পৰা বিভিন্ন প্রকল্পৰ জৰিয়তে পাঠদান চলে। এই প্রতিষ্ঠান অন্যান্য আইআইএমতকৈ লিংগ বৈষম্যৰ দিশতো পৃথক৷ ইয়াত ২০১৯–২১ এমবিএ বেটছত ৪৯ শতাংশ আৰু ২০২০–২২ বেটছত ৪৩ শতাংশ ছাত্রী আছে, যিটো দেশৰ অন্যান্য আইআইএমৰ তুলনাত সৰ্বাধিক৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India in the Global Rankings: From aspiration to achievement

Media Coverage

India in the Global Rankings: From aspiration to achievement
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Telangana Governor meets PM Modi
June 30, 2025

The Governor of Telangana, Shri Jishnu Dev Varma met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“Governor of Telangana, Shri @Jishnu_Devvarma, met Prime Minister @narendramodi.”