Quoteপ্ৰতিজন কৰ্মযোগীয়ে কমেও ৪ ঘণ্টাৰ দক্ষতা-সম্পৰ্কিত শিক্ষণ গ্ৰহণ কৰিব
Quoteমন্ত্ৰালয় আৰু বিভাগসমূহে বিশেষ দক্ষতা বৃদ্ধিৰ বাবে কৰ্মশালা আৰু আলোচনাচক্ৰ আয়োজন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰৰ পুৱা প্ৰায় ১০.৩০ বজাত নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত 'কৰ্মযোগী সপ্তাহ' শীৰ্ষক ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ কৰিব।

মিছন কৰ্মযোগী ২০২০ চনৰ ছেপ্টেম্বৰত আৰম্ভ কৰা হৈছিল আৰু তেতিয়াৰে পৰা ইয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ দ্বাৰা এক গোলকীয় দৃষ্টিভংগীৰে ভাৰতীয় লোকাচাৰৰ সৈতে ভৱিষ্যতৰ বাবে সাজু অসামৰিক সেৱাৰ পৰিকল্পনা কৰা হৈছে।

ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ (এন এল ডব্লিউ) হ'ব অসামৰিক কৰ্মচাৰীসকলৰ বাবে ব্যক্তিগত আৰু সাংগঠনিক ক্ষমতা বিকাশৰ দিশত নতুন গতি প্ৰদান কৰাৰ এনে ধৰণৰ সৰ্ববৃহৎ অনুষ্ঠান। এই পদক্ষেপে শিক্ষণ আৰু বিকাশৰ প্ৰতি এক নতুন প্ৰতিশ্ৰুতি কঢ়িয়াই অনাত উদগনি যোগাব। এন এল ডব্লিউৰ লক্ষ্য হৈছে এক "এখন চৰকাৰ"ৰ বাৰ্তা সৃষ্টি কৰা, সকলোকে ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংযুক্ত কৰা আৰু জীৱনজোৰা শিক্ষাৰ প্ৰচাৰ কৰা।

এন এল ডব্লিউ ব্যক্তিগত অংশগ্ৰহণকাৰী আৰু মন্ত্ৰালয়, বিভাগ আৰু সংগঠনৰ দ্বাৰা বিভিন্ন ধৰণৰ ব্যস্ততাৰ জৰিয়তে শিক্ষণৰ বাবে সমৰ্পিত হ'ব। এন এল ডব্লিউৰ সময়ত প্ৰতিজন কৰ্মযোগীয়ে কমেও ৪ ঘণ্টাৰ দক্ষতা-সম্পৰ্কিত শিক্ষণৰ লক্ষ্য প্ৰাপ্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব। অংশগ্ৰহণকাৰীসকলে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা সংহত চৰকাৰী অনলাইন প্ৰশিক্ষণ, ৱেবিনাৰ (ৰাজহুৱা বক্তৃতা/নীতি মাষ্টাৰক্লাছ)ত ব্যক্তিগত ভূমিকা-আধাৰিত মডিউলৰ মিশ্ৰণৰ জৰিয়তে সময় নিৰ্ধাৰিত লক্ষ্য সম্পূৰ্ণ কৰিব পাৰিব। সপ্তাহটোত বিশিষ্ট ব্যক্তিসকলে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ সন্দৰ্ভত আলোচনা কৰিব আৰু তেওঁলোকক অধিক কাৰ্যকৰীভাৱে নাগৰিককেন্দ্ৰিক দিশত কাম কৰাৰ দিশত সহায় কৰিব। এই সপ্তাহটোৰ সময়ছোৱাত মন্ত্ৰালয়, বিভাগ আৰু সংগঠনসমূহে বিশেষ দক্ষতা বৃদ্ধিৰ বাবে আলোচনাচক্ৰ আৰু কৰ্মশালাৰো আয়োজন কৰিব।

 

  • Gopal Saha December 23, 2024

    hi
  • Vivek Kumar Gupta December 21, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 21, 2024

    नमो .......................🙏🙏🙏🙏🙏
  • Jahangir Ahmad Malik December 20, 2024

    ❣️❣️❣️❣️
  • Siva Prakasam December 17, 2024

    💐🌺 jai sri ram🌺🌻
  • JYOTI KUMAR SINGH December 09, 2024

    🙏
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha December 05, 2024

    जय श्री राम 🚩🙏
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha December 05, 2024

    Jay Shri Ram
  • Some nath kar November 23, 2024

    Bharat Mata Ki Jay 🇮🇳
  • Kushal shiyal November 21, 2024

    Jai Shree RAM. 🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data

Media Coverage

India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi’s podcast with Lex Fridman now available in multiple languages
March 23, 2025

The Prime Minister, Shri Narendra Modi’s recent podcast with renowned AI researcher and podcaster Lex Fridman is now accessible in multiple languages, making it available to a wider global audience.

Announcing this on X, Shri Modi wrote;

“The recent podcast with Lex Fridman is now available in multiple languages! This aims to make the conversation accessible to a wider audience. Do hear it…

@lexfridman”

Tamil:

Malayalam:

Telugu:

Kannada:

Marathi:

Bangla:

Odia:

Punjabi: