প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ সন্ধিয়া বেংক আৰু নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব৷ বৈঠকত ভৱিষ্যতৰ কাৰ্যপন্থা নির্ধাৰণৰ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা হ’ব৷

বৈঠকত দেশত গ্ৰহণ কৰা ঋণ আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ নিয়াৰ বাবে বিভিন্ন পন্থা, প্ৰযুক্তিৰ জৰিয়তে বিত্তীয় সবলীকৰণ, বিত্তীয় খণ্ডৰ স্থায়িত্ব আৰু সুস্থিৰতাৰ বাবে দূৰদর্শী বিভিন্ন ব্যৱস্থাপনা সন্দৰ্ভতো আলোচনা হ’ব৷

বিত্তীয় আন্তঃগাঁথনি, কৃষি, অতি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগকে ধৰি স্থানীয় সংস্থাসমূহৰ উৎপাদনৰ জৰিয়তে দেশৰ অর্থনৈতিক উন্নয়নত বেংকিং খণ্ডই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ প্ৰযুক্তিৰ জৰিয়তে বিত্তীয় সবলীকৰণত অর্থনৈতিক অন্তর্ভুক্তিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে৷

বৈঠকত চৰকাৰৰ একাংশ উচ্চপদস্থ বিষয়াও উপস্থিত থাকিব৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PMI data: India's manufacturing growth hits 10-month high in April

Media Coverage

PMI data: India's manufacturing growth hits 10-month high in April
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Jammu & Kashmir Chief Minister meets Prime Minister
May 03, 2025

The Chief Minister of Jammu & Kashmir, Shri Omar Abdullah met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“CM of Jammu and Kashmir, Shri @OmarAbdullah, met PM @narendramodi.”