প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ এপ্ৰিল, ২০২২ত দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক অনুষ্ঠানত শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলৰ সৈতে মত বিনিময় কৰিব৷ তেওঁ চাপমুক্ত হৈ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ সন্দৰ্ভত বাৰ্তালাপ কৰিব৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, “আহক, আমি পুনৰবাৰ চাপমুক্ত হৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সন্দৰ্ভত বাৰ্তালাপ কৰো৷ ১এপ্ৰিলত ডাইনেমিক #ExamWarriors, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলক চলিত বৰ্ষৰ পৰীক্ষা চৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালো৷”
Let’s talk stress free exams yet again! Calling upon the dynamic #ExamWarriors, their parents and teachers to join this year’s Pariksha Pe Charcha on the 1st of April. pic.twitter.com/JKilmHbXR3
— Narendra Modi (@narendramodi) March 26, 2022
Pariksha Pe Charcha is interactive, light hearted and gives us all the opportunity to talk about different aspects of exams, studies, life and more… pic.twitter.com/fkXVRY7GNB
— Narendra Modi (@narendramodi) March 26, 2022