Quoteমহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteঅহা তিনিটা বছৰত মহিলা ‘এছএইচজি’সসমূহক ১৫,০০০ ড্ৰোন প্ৰদান কৰা হ'ব
Quote‘এইমছ দেওঘৰ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ নৱেম্বৰৰ পুৱা ১১ বজাত ‘ভিডিঅ' কনফাৰেন্স’-ৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। এই আঁচনিসমূহৰ লাভ সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰা হৈছে।
Quoteস্বাস্থ্যসেৱা সুলভ আৰু সহজে উপলব্ধ কৰাটো হৈছে এক স্বাস্থ্যৱান ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰশিলা। এই দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সুলভ মূল্যত ঔষধ উপলব্ধ কৰাৰ বাবে ‘জন ঔষধী কেন্দ্ৰ’ স্থাপন কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টো উচৰ্গা কৰিব। তদুপৰি, দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ নৱেম্বৰৰ পুৱা ১১ বজাত ‘ভিডিঅ' কনফাৰেন্স’-ৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। এই আঁচনিসমূহৰ লাভ সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰা হৈছে।

মহিলাৰ নেতৃত্বত উন্নয়ন নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’-ৰ শুভাৰম্ভ কৰিব। ই মহিলা ‘আত্ম-সহায়ক গোট’সমূহক ড্ৰোন প্ৰদান কৰিব, যাতে এই প্ৰযুক্তিটো তেওঁলোকে জীৱিকা নিৰ্বাহৰ সহায়ক হ’ব পৰাকৈ ব্যৱহাৰ কৰিব পাৰে। অহা তিনিটা বছৰৰ ভিতৰত মহিলা ‘আত্মসহায়ক গোট’সমূহক ১৫,০০০ ড্ৰোন প্ৰদান কৰা হ'ব। মহিলাসকলক ড্ৰোন উৰুওৱা আৰু ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই পদক্ষেপে কৃষিক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহিত কৰিব।

স্বাস্থ্যসেৱা সুলভ আৰু সহজে উপলব্ধ কৰাটো হৈছে এক স্বাস্থ্যৱান ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰশিলা। এই দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সুলভ মূল্যত ঔষধ উপলব্ধ কৰাৰ বাবে ‘জন ঔষধী কেন্দ্ৰ’ স্থাপন কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টো উচৰ্গা কৰিব। তদুপৰি, দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে।

মহিলা ‘এছএইচজি’সমূহক ড্ৰোন প্ৰদান আৰু ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা এই দুয়োটা পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ঘোষণা কৰিছিল। কাৰ্যসূচীটোৱে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাটোকে চিহ্নিত কৰে।

 

  • Vivek Kumar Gupta July 24, 2025

    नमो .. 🙏🙏🙏🙏🙏
  • Vikramjeet Singh July 12, 2025

    Modi 🙏🙏🙏
  • Jagmal Singh June 28, 2025

    Namo
  • Virudthan May 28, 2025

    🔴🔴🔴🔴हमारा पीएम, हमारा अभिमान 🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴🔴भारत माता की जय🔴🔴🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴🔴🔴🔴#OperationSindoor🔴🔴🔴🔴
  • Virudthan May 28, 2025

    🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴भारत माता की जय🇮🇳🔴🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴#OperationSindoor🔴🔴🔴🔴🔴🔴🔴🔴JAI HIND 🔴JAI HIND 🔴JAI HIND🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴भारत माता की जय🇮🇳🔴🔴🔴🔴🔴🔴🔴 🔴🔴🔴🔴🔴#OperationSindoor🔴🔴🔴🔴🔴🔴🔴🔴JAI HIND 🔴JAI HIND 🔴JAI HIND🔴🔴🔴🔴🔴
  • Amrut Shinde April 29, 2025

    pmayg awaas selection . gov schcme under awaas selection in maharastra. pmayg villege harali bk tal Gadhinglaj dis kolhapur mharastra name 📛 in list villege harali bk Amrut gundu shinde harali bk tal Gadhinglaj dis kolhapur mharastra https://nm4.in/3ZkUEob/updet adhaar 🪪 I'd 575704633321,rationcard272024737444,bob, ac96670100015452, paasword-@amrutshinde66313gmail.com.name in pmayg list. maharastra villege-harali bk pincoad41 65 02 wicsit supported amrut gundu shinde harali bk. https://nm4.in/3ZkUEob/adhaar 🪪 I'd 575704633321.wicsit Bharat! deshbhactji pm narendraji modi. application selection. date 30-4-2025.
  • Ratnesh Pandey April 16, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • रामनरेश शर्मा April 09, 2025

    Modi ji Jindavad
  • Dr srushti March 29, 2025

    namo
  • Jitendra Kumar March 27, 2025

    🇮🇳🙏❤️
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
‘Benchmark deal…trade will double by 2030’ - by Piyush Goyal

Media Coverage

‘Benchmark deal…trade will double by 2030’ - by Piyush Goyal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief on school mishap at Jhalawar, Rajasthan
July 25, 2025

The Prime Minister, Shri Narendra Modi has expressed grief on the mishap at a school in Jhalawar, Rajasthan. “My thoughts are with the affected students and their families in this difficult hour”, Shri Modi stated.

The Prime Minister’s Office posted on X:

“The mishap at a school in Jhalawar, Rajasthan, is tragic and deeply saddening. My thoughts are with the affected students and their families in this difficult hour. Praying for the speedy recovery of the injured. Authorities are providing all possible assistance to those affected: PM @narendramodi”